Monday, January 17, 2022
Home Blog
দক্ষিণ শালমাৰাত মহুৰীৰ চৰ গাওঁ পঞ্চায়ত আৰু নিলখীয়া গাওঁ পঞ্চায়তক দক্ষিণ শালমাৰা মানকাচৰ জিলাত অন্তৰ্ভুক্ত কৰাৰ দাবীত উত্তাল প্ৰতিবাদ ৰাইজৰঃ দুৰ্নীতিৰ দৰ্পণ সেৱা,হাটশিঙিমাৰী ১৫ জানুৱাৰীঃ- দক্ষিণ শালমাৰা সমষ্টিৰ মহুৰীৰ চৰ গাওঁ পঞ্চায়ত আৰু নিলক্ষীয়া গাওঁ পঞ্চায়ত ৰাইজে আজি দুপৰীয়া মহুৰীৰ চৰ গাওঁ পঞ্চায়তৰ ৰাজপথত এক বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷ মহুৰীৰ চৰ আৰু নিলখীয়া গাওঁ পঞ্চায়তক দক্ষিণ শালমাৰা মানকাচৰ...
শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত টাই আহোম যুৱ পৰিষদৰ দ্বাদশ বাৰ্ষিক ৰংপুৰ মেলা অনুষ্ঠিত, উদুলি মুদুলি ৰংঘৰ বাকৰি দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ: টাই আহোম যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰংঘৰৰ বাকৰিত আজি অনুষ্ঠিত হল ৰংপুৰ মেলা। আহোম ৰাজত্বৰ স্মৃতি আৰু সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী অটুট ৰাখিবৰ বাবেই মাঘ মাহৰ প্ৰথম দিনটোতেই ২০১১ চনৰ পৰাই টাইপা শিৱসাগৰ জিলা সমিতিয়ে আয়োজন কৰি অহা ৰংপুৰ...
হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী আছামেৰ আলগাৰ বৰ্মনপাৰাত বিধ্বংসী অগ্নিকাণ্ড , দুটা পৰিয়ালৰ তিনিটা ঘৰ ভস্মীভূত হৈ দহ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন দুৰ্নীতিৰ দৰ্পণ সেৱা , সুখচৰ , ১৫ জানুৱাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী আছামেৰ আলগাৰ বৰ্মনপাৰাত নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ দুটা পৰিয়ালৰ তিনিটা ঘৰ সহ প্ৰায় ১০ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন...
সন্মানীয় ৰাইজ , আপোনালোকৰ সহায়ে এখন কাকতৰ লগতে কাকত আৰু কোম্পানীটোক জীয়াই থকাত সহায় কৰিব পাৰে বুলি ডিজিটেল মাধ্যমত আহিব বিচাৰিছোঁ । গতিকে, আপোনালোকে তলত গৈ লিংকটোত আপেনালোকক subscribers কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ।   https://youtube.com/channel/UCwh0fnMa-PGop0Y4AeTlz1w

13-01-2022

13-01-2021 PDF Page 13-01-2021 PDF Page
ধুবুৰী়ত হোম আইছ'লেছনত থকা কোভিড ৰোগীৰ ব্যৱস্থাপনাৰ বিশেষ ব্যৱস্থা , জিলা আৰু চক্ৰ পৰ্যায়ত গঠন শক্তিশালী দল , স্থাপন কৰা হৈছে নিয়ন্ত্ৰণ কক্ষও দুৰ্নীতিৰ দৰ্পণ , নিউজ ডেক্স , ধুবুৰী , ১২ জানুৱাৰীঃ কোভিড পজিটিভ হোৱাৰ পিছত হোম আইছ'লেছনত থকা ৰোগীসকলৰ ব্যৱস্থাপনাৰ বাবে ধুবুৰী জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ অন্বামুথন এম পিয়ে জিলা পৰ্যায়ত আৰু প্ৰতিটো ৰাজহ...
ধুবুৰীত সম্পূৰ্ণ কোভিড বিধি ৰক্ষা কৰি উদযাপন কৰা হ'ব গণৰাজ্য দিৱস , সম্বৰ্ধনা জনোৱা হ'ব কোভিড যুদ্ধৰ সৈনিক আশা , অংগনবাড়ী কৰ্মী , নাৰ্ছক , প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰিবলৈ জিলা উপায়ুক্ত কাৰ্যালয়ত বৈঠক দুৰ্নীতিৰ দৰ্পণ , নিউজ ডেক্স , ধুবুৰী , ১১ জানুৱাৰীঃ সমাগত গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত আলোচনা কৰিবলৈ ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি এখন বৈঠক অনুষ্ঠিত...

11-01-2022

11-01-2022 PDF Page
চতিয়া সমষ্টিত একেদিনাই ১১ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ দুৰ্নীতিৰ দৰ্পণ সেৱা, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদ, ১০ জানুৱাৰী: চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত আজি একে দিনাই ১১ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ গৃহনিৰ্মানৰ আধাৰশিলা স্থাপন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷ চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত গামানী, চমাৰ দলনী, ২নং বালিজুৰি, ৰঙাচকুৱা, ভানুপুৰ, এদেনবাৰী, পহুচোৱা,...

MOST POPULAR

HOT NEWS