Uncategorized

অসমৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবীত বিশ্বনাথ জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ উপায়ুক্তক স্মাৰক পত্ৰ

অসমৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবীত বিশ্বনাথ জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ উপায়ুক্তক স্মাৰক পত্ৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ত্ৰিবেণী বৰা , সহ সম্পাদক ,
বিশ্বনাথ চাৰিআলি , ৩১মেঃ আজি অসম জাতীয়তাবাদী যুব পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে চলো পল্টাই” সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা দুষ্ট চক্ৰৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰ লগতে অসমত চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্ত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ৷বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্ব গ্ৰহণ কৰাৰ পৰাই অসমীয়া জাতিৰ সবাংগীন উন্নয়ন তথা অস্তিত্ব ৰক্ষাৰ প্ৰসংগত বিভিন্ন সময়ত দায়বদ্ধতা প্ৰকাশ কৰি আহিছে৷ আনহাতে অসমত নাগৰিক সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা আন্দোলনৰ সময়ছোৱাতো অসমৰ ভাষা সংস্কৃতিলৈ কোনো ধৰণৰ ভাবুকি আহিবলৈ নিদিয়ে বুলি দৃঢ়মত প্ৰকাশ কৰা দৃষ্টিগোচৰ হৈছে, কিন্তু লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে একাংশ লোকে “চলো পল্টাই নামৰ ” তথাকথিত আন্দোলনৰ যোগেদি অসমত অতীজৰে পৰা বাস কৰি অহা অসমৰ ভাষা সংস্কৃতিক আকোঁৱালি লোৱাবাঙালীসকলক সাম্প্ৰদায়িক উত্তেজনাৰে উত্তেজিত কৰি ২০২১চনৰ লোকপিয়লত অসমীয়া ভাষাক আকৌ সংখ্যালঘু কৰাৰ এক ষড়যন্ত্ৰৰ ভিডিও’ চছিয়েল মাধ্যম তথা সংবাদ মাধ্যমত বিয়পি পৰাত অসমীয়াভাষী লোকসকল উদ্বিগ্ন হৈ পৰিছে ৷সেয়ে এই বিষয়ে কঠোৰ ব্যৱস্থা লবৰ বাবে জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে বুলি এক প্ৰেছ বিবৃতি যোগে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি কমলজিৎ দত্ত আৰু সম্পাদক অমৰ জ্যোতি বৰাই জানিবলৈ দিয়ে ৷

Show More

4 Comments

  1. I enjoy you because of every one of your hard work on this website. Gloria delights in doing internet research and it’s really easy to see why. My spouse and i notice all regarding the powerful mode you create reliable solutions on the web blog and therefore inspire response from other ones on that content while our own child is without question studying a great deal. Enjoy the rest of the new year. You are performing a great job.

  2. I precisely wished to appreciate you yet again. I’m not certain the things that I could possibly have tried without the entire thoughts provided by you about such a subject matter. This has been a real troublesome matter in my opinion, however , observing a professional tactic you treated it forced me to weep with happiness. I will be happier for the work and even wish you find out what a powerful job you are always putting in training most people using your site. Most probably you haven’t come across all of us.

  3. I intended to compose you one little remark to be able to give thanks over again with the extraordinary strategies you have documented in this article. This has been unbelievably generous of people like you to supply freely precisely what a few people might have distributed for an e book to earn some cash for their own end, particularly now that you might have done it in case you wanted. Those suggestions additionally served to become fantastic way to recognize that most people have the identical passion really like my very own to figure out significantly more on the subject of this matter. I’m certain there are millions of more pleasurable situations up front for those who scan through your blog post.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close