Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

আদৰ্শৰ লগতে পৰিশ্ৰমী মহিলা নন্দিতা কৰ

আদৰ্শৰ লগতে পৰিশ্ৰমী মহিলা নন্দিতা কৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , নিউজ ডেক্স , ধুবুৰী : আদৰ্শৰ লগতে পৰিশ্ৰমী মহিলা হৈছে নন্দিতা কৰ ৷ সৰুৰে পৰা তেখেতে পৰিশ্ৰম কৰাৰ লগতে অতি কষ্ট কৰি নিজকে আদৰ্শ আৰু পৰিশ্ৰমী মহিলা হিচাপে গঢ়ি তুলিছে নন্দিতা কৰ ৷ অসমৰ অসমীয়াৰ জীৱনৰ লগত মানুহ হোৱা বৰ্তমান দিল্লীত বাস কৰে যদিও নন্দিতা ক’ৰে দিল্লী কংগ্ৰেছৰ হৈ কাম কৰাৰ উপৰিও বিভিন্ন সামাজিক কামত জড়িত হৈছে নন্দিতাই ৷ উল্লেখ্য যে , নন্দিতাই সামাজিক কামৰ বাবে বঁটাও গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ৷ মনকৰিবলগীয়া বিষয় হৈছে যে , অসমৰ বোৱাৰী নন্দিতা কওৰে বৰ্তমান দিল্লীত থাকি বিভিন্ন সামাজিক কাম কাজত জড়িত হোৱাৰ উপৰিও কংগ্ৰেছ দলৰ হৈ কাম কৰি আছে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close