Uncategorized

আন এক অসম সন্তানৰ জয় যাত্ৰাত উৎফুল্লিতহৈ পৰিছে ৰাজ্য

আন এক অসম সন্তানৰ জয় যাত্ৰাত উৎফুল্লিতহৈ পৰিছে ৰাজ্য

দুৰ্নীতিৰ দৰ্পণ সেৱা , গুৱাহাটী : পুনৰ আহিছে অসমলৈ আন এক সু-সংবাদ । তাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ৰাজ্য । আনন্দতে গুঞ্জৰীত হৈ উঠিছে ৰাজ্যৰ আকাশ-বতাহ । এইবাৰ দক্ষিণ কোৰিয়াৰ পৰা আহিছে এই সু-সংবাদটো । দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা I SSF Shuting বিশ্ব চেম্পিয়নশ্বিপত অসমৰ shutar হৃদয় হাজৰিকাই স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । পুৰুষৰ জুনিয়ৰ ইভেণ্টত ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক কঢ়িয়াই আনি দেশ তথা অসমক বিশ্ববাসীৰ আগত দাঙি ধৰিছে । হৃদয় হাজৰিকাৰ এই কৃতকাৰ্যতাত অসমবাসীৰ পৰা তেওঁলৈ দুৰ্নীতিৰ দৰ্পণৰ সমূহ পৰিয়ালৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন জনালো ।

Show More

One Comment

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close