Uncategorized

ওদালগুৰিত ডাম্পাৰৰ দৌৰাত্ম

ওদালগুৰিত ডাম্পাৰৰ দৌৰাত্ম

দুৰ্নীতিৰ দৰ্পণ সেৱা, ওদালগুৰিৰ পৰা দ্বীপ ৰাজ শৰ্মাৰ প্ৰতিবেদন , ১৩ জুন : ডাম্পাৰৰ দৌৰাত্মত টংলা ডিমাকুছি সংযুক্ত নৱ নিৰ্মিত পি ডব্লিউ ডি পথত দ্ৰুত বেগী ডাম্পাৰ এখনে গধুৰ মাল কঢ়িয়াই লৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ দাঁতিত বাগৰি পৰে বুলি বাতৰি পোৱা গৈছে ৷ প্ৰাপ্ত বাতৰি মতে , ৰাস্তাৰ কাষতে থকা ডাম্পাৰখনৰ সামান্য লোকচানৰ পৰিৱৰ্তে কোনো যান মালৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close