Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

কামৰূপ পুঠিমাৰীৰ পায়’নিয়াৰ একাডেমিৰ পৰা ষষ্ঠ স্থান দখল প্ৰিয়ম কাশ্যপৰ

কামৰূপ পুঠিমাৰীৰ পায়’নিয়াৰ একাডেমিৰ পৰা ষষ্ঠ স্থান দখল প্ৰিয়ম কাশ্যপৰ

দুৰ্নীতিৰ দৰ্পন সেৱা , ৰঙিয়া :- কামৰূপ জিলাৰ কমলপুৰৰ পুঠিমাৰী পায়’নিয়াৰ একাডেমী ছাত্ৰ প্ৰিয়ম কাশ্যপ অসমৰ ভিতৰত ষষ্ঠ স্থান দখল কৰি বিদ্যালয়ৰ লগতে অঞ্চল জুৰি গৌৰৱ কঢ়িয়াই আনিলে । দৈনিক ৭ ৮ ঘন্টাকৈ পঢ়া প্ৰিয়মে অসমীয়া ৯৭ , ইংৰাজী ৯৭,গনিতত ১০০, সমাজ বিজ্ঞানত ৯৭, সাধাৰণ বিজ্ঞানত ৯৭, আৰু ঐচ্ছিক গনিতত ১০০ লাভ কৰে মুঠ ৫৮৮ নম্বৰ লাভ কৰে । প্ৰিয়মে ভবিষ্যতত এজন চিকিৎসক হবৰ মন । প্ৰিয়মৰ সফলতাত পিতৃ মাতৃ বিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰীয়ে সকলে শুভেচ্ছা জ্ঞাপন কৰে । প্ৰিয়মে সংবাদ মাধ্যমক জনোৱা মতে সফলতাৰ আৰত নিজৰ পিতৃ মাতৃ । আৰু নতুন প্ৰজন্মৰ শিক্ষাৰ্থী সকলক কঠোৰ অধ্যয়ন কৰিবলৈ আহ্বান জনায় ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close