Uncategorizedঅসম

তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা , অভিজিৎ তালুকদাৰ , তামুলপুৰ , ২০ মাৰ্চ : তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ এখন গুৰুত্বপুৰ্ন প্ৰতিনিধি সভা যোৱা ৬ মাৰ্চৰ দিনা তামুলপুৰ মহকুমাৰ মাজগাড়ী গাঁৱৰ বীনাপানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় । সভাত পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় । নতুন সমিতিৰ সভাপতিহিচাবে পূৰ্ণসিং ৰাভা আৰু সাধাৰণ সম্পাদকহিচাবে নৱজিৎ ৰাভাক লৈ এখন পূৰ্ণাঙ্গ শক্তিশালী সমিতি গঠন কৰা হয় । ইয়াৰ উপৰিও যোৱা ১০ মাৰ্চৰ দিনা নিখিল ৰাভা ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ পুৰণি সমিতিখন ভঙ্গ কৰি এখন নতুন পূৰ্ণাংগ সমিতি গঠন হয়। নতুন সমিতিৰ সভাপতিহিচাবে নিৰ্বাচিত হয় মুনিন্দ্ৰ ৰাভা আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় সঞ্জীৱ ৰাভাই ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close