Uncategorized

দেৰগাঁৱত দুটা দুৰ্ধৰ্ষ এ টি এম চোৰ কৰায়ত্ব

দেৰগাঁৱত দুটা দুৰ্ধৰ্ষ এ টি এম চোৰ কৰায়ত্ব

দুৰ্নীতিৰ দৰ্পন সেৱা; দেৰগাঁও, ২২মেঃ গোলাঘাট জিলাৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়া গোলাঘাট সদৰ থানাৰ আৰক্ষী বিষয়া দীপ বৰা আৰু দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰশান্ত বৰাই বিশেষ সুত্ৰৰ পম খেদি চলোৱা যৌথ অভিযানত আজি দেৰগাঁৱত দুটাকৈ দুৰ্ধৰ্ষ এ টি এম চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।প্ৰাপ্ত তথ্য মতে প্ৰৱঞ্চনাৰ বলি হোৱা কেইবাজনো গ্ৰাহকে দেৰগাঁও থানাত দিয়া গোচৰৰ ভিত্তিত অভিযান চলাই এ টি এম ৰ চি চি টিভি কেমেৰাৰ ফুতেজৰ জড়িয়তে চিনাক্ত কৰি দেৰগাঁও ইছলাম পট্ৰিৰ আব্দুল মজিদক কৰায়ত্ব কৰে।আব্দুল মজিদৰ স্বীকাৰোক্তিৰ ওপৰত নিৰ্ভৰ কৰি অন্যজন সহযোগী পাপ্লু আলিক নেঘেৰিটিঙৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে দুৰ্ধৰ্ষ আব্দুল মজিদ ইয়াৰ পূৰ্বেও এনে অপৰাধত কৰায়ত্ব হৈ কাৰাবাস খাটিব লগা হৈছিল।এটি এম চোৰ কেইটাই বিভিন্ন কৌশল অৱলম্বন কৰি যোৰহাট-গোলাঘাট জিলাৰ বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি এটি এম লৈ অহা গ্ৰাহকক জালত পেলাই লাখ লাখ টকা লুন্ঠন কৰি আছিল।দুয়োকে গোলাঘাট জিলা কাৰাগাৰলৈ প্ৰেৰন কৰা হৈছে।

Show More

14 Comments

  1. I’ve been exploring for a bit for any high quality articles or weblog
    posts on this kind of space . Exploring in Yahoo I ultimately stumbled upon this
    site. Studying this info So i’m glad to exhibit that I’ve an incredibly just right uncanny feeling I came upon exactly what I needed.
    I most unquestionably will make certain to don?t put
    out of your mind this web site and give it a glance
    on a constant basis.

  2. I have been exploring for a bit for any high-quality articles or weblog posts in this kind of
    area . Exploring in Yahoo I ultimately stumbled upon this site.

    Studying this information So i am happy to show that I’ve a very good uncanny
    feeling I found out exactly what I needed. I most without
    a doubt will make certain to do not fail to remember this site and give it a look on a relentless basis.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close