Uncategorizedঅসম

দেৰগাঁৱত ভাৰত বন্ধৰ প্ৰভাৱ

দেৰগাঁৱত ভাৰত বন্ধৰ প্ৰভাৱ

দুৰ্নীতিৰ দৰ্পন সেৱা; দেৰগাঁও, ১৮ ফেব্ৰুৱাৰীঃ
কাশ্মীৰৰ পুলৱামা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্তৰে সৰ্বভাৰতীয় ব্যৱসায়ী সংস্থাই আজি আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ দেৰগাঁৱতো পৰে।এই বন্ধলৈ সমৰ্থন জনায় দেৰগাঁৱৰ সমুহ ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ ৰখাৰ লগতে যান -বাহন চলাচলো সীমিত হৈ পৰে।অৱশ্যে বিয়লি ৫ বজাৰ পাছত ব্যৱসায়ীক প্ৰতিষ্ঠান সমুহ খোলা ৰাখে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close