EditorUncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

ধুবুৰীত পোন প্ৰথমবাৰৰ বাবে বি,এন, কলেজত অন লাইনযোগে ছাত্ৰ-ছাত্ৰীৰ ফৰ্ম ফিলাপ আৰম্ভ

ধুবুৰীত পোন প্ৰথমবাৰৰ বাবে বি,এন, কলেজত অন লাইনযোগে ছাত্ৰ-ছাত্ৰীৰ ফৰ্ম ফিলাপ আৰম্ভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ধুবুৰী , 16 মে:- ধুবুৰীৰ অতি পুৰণি ঐতিহাসিক বি,এন, কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আৰু স্নাতক প্ৰথম Semester ৰ ছাত্র-ছাত্ৰীৰ বাবে অহা ১৭ মে ২০১৯ ইং তাৰিখৰ পৰা অন লাইনত ভৰ্তি আৰম্ভ হব বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে আমাক জানিবলৈ দিয়ে। ফৰ্ম ফিলাপ কৰিবলৈ Login কৰিব www.bncollege.online অথবা www.bncollege.org.in

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close