Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

পদ্ম হাজৰিকাৰ বিহু গীত

পদ্ম হাজৰিকাৰ বিহু গীত

দুৰ্নীতিৰ দৰ্পণ সেৱা,তেজপুৰৰ পৰা মনিমালা বৰা , ১৪ মে’ : চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অন্য এক ৰূপ । বিধায়ক গৰাকীক সকলোৱে দেখিছে কবিতা আবৃত্তি কৰা , কিন্ত এই বাৰ বিধায়কগৰাকীক দেখা গ’ল এক অনন্য ৰূপত । চাৰিদুৱাৰৰ বনদুৱাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত বিধায়কগৰাকী মুখ্য অতিথি ৰূপে উপস্থিত থাকি বিহু মঞ্চত ৰাইজৰ আগত বিহু গীত গাই নাচি দৰ্শকক আপ্লুত কৰি তোলাৰ লগতে এটি কবিতাৰ কলিৰে সকলো ৰাইজক মন্ত্ৰমুদ্ধ কৰি তোলে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close