বিশ্বকাপৰ পৰৱৰ্তী ম্যাচ সমূহৰ বাবে বুমৰাহে নিবিচাৰে বিশ্ৰাম

বিশ্বকাপৰ পৰৱৰ্তী ম্যাচ সমূহৰ বাবে বুমৰাহে নিবিচাৰে বিশ্ৰাম

0
22

বিশ্বকাপৰ পৰৱৰ্তী ম্যাচ সমূহৰ বাবে বুমৰাহে নিবিচাৰে বিশ্ৰাম

দুৰ্নীতিৰ দৰ্পণ সেৱা , দীপ মহন্ত , ০৫ জুলাই :: বাংলাদেশৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় পেচ বলাৰ যশপ্ৰীত বুমৰাহক শ্ৰীলংকাৰ লগত হবলগীয়া খেলখনৰ বাবে বিশ্ৰাম দিব পাৰে বুলি সোধাত খেলুৱৈ গৰাকীয়ে বিশ্ৰাম লোৱাৰ বাবে ইচ্ছা নাই বুলি প্ৰকাশ কৰে আৰু উল্লেখ কৰি কয় যে এইয়া মোৰ প্ৰথম বিশ্বকাপৰ অভিজ্ঞতা মই আগ্ৰহেৰে নিজৰ প্ৰদৰ্শন অধিক উন্নত কৰিবলৈ বাকী থকা খেল সমূহ খেলিব বিচাৰো । জানিব পৰা মতে অধিনায়ক বিৰাট কোহলীয়ে বুমৰাহক পৰৱৰ্তী ম্যাচ সমূহৰ স্বাৰ্থত ফিট ৰখাৰ বাবে বিশ্ৰামৰ সিদ্ধান্ত ঘোষণা কৰিছিল যদিও বুমৰাহে এতিয়া বিশ্ৰাম লোৱাৰ বাবে একেবাৰে ইচ্ছা প্ৰকাশ নকৰিলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here