Uncategorized

ব্যয়বহুল প্ৰস্ততিয়ে বাসুদেৱ থিয়েটাৰ , তিনিচুকীয়াত ৰাইজৰ ব্যাপক সহাৰি

ব্যয়বহুল প্ৰস্ততিয়ে বাসুদেৱ থিয়েটাৰ , তিনিচুকীয়াত ৰাইজৰ ব্যাপক সহাৰি

দুৰ্নীতিৰ দৰ্পন ,ষ্টাফ ৰিপৰ্টাৰ ,সত্যজীত চেতিয়া ,তিনিচুকীয়া : অসমৰ ভ্ৰাম্যমান জগতৰ অন্যতম নাট্য গোষ্টী বাসুদেৱ থিয়েটাৰ ৷বিগতৰ বৰ্ষৰ কেইটাত অসমৰ নাট্যপ্ৰেমী ৰাইজৰ বিপুল সমাদৰ লাভ কৰা বাসুদেৱ থিয়েটাৰৰে এই বছৰো বহু কেই গৰাকী ন-পুৰনি অভিনেতা -অভিনেত্ৰীক লৈ সাজু হৈ়ছে ৷ বাসুদেৱ থিয়েটাৰ তিনিখন মৌলিক নাটকে দৰ্শকক চমক দিবলৈ প্ৰস্ততি চলাই ৷ প্ৰয়োজক ৰাতুল দাসে জনোৱা মতে বাসুদেৱ থিয়েটাৰৰ সকলো কাৰিকৰী কৌশল ভাম্যমান জগতৰ আগশাৰী নাট্য দলৰ দৰে ব্যতিক্ৰম নোহোৱাকৈ সজাই তোলা হৈছে ৷পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব পৰা তথা হাঁহি কান্দোনেৰে ভৰা বাসুদেৱ থিয়েটাৰ এই বছৰৰ নাট ,ৰমা বৰ্মনৰ ৰচিত “সপোনৰ ৰামধেনু “,অনন্ত দত্তৰ “বলিশাল “,দিপক তামুলীৰ “মোৰ প্ৰম তোমাৰ অহংকাৰ “৷তিনিখন নাটকে নাট্যপ্ৰেমী ৰাইজৰ মাজত সমাদৰ লাভ কৰা সম্ভাৱনা আছে ৷ ইফালে , নাট্যদলটোক আমণ্টন জনাবলৈ তিনিচুকীয়া জিলাৰ বিভিন্ন অনুষ্টান- প্ৰতিষ্ঠানে যোগাযোগ ৰাখিছে ৷

Show More

2 Comments

  1. I together with my friends have been checking out the excellent helpful hints found on your web blog and so the sudden came up with a horrible feeling I never expressed respect to the web blog owner for those strategies. My young boys happened to be so excited to read them and have in effect definitely been using those things. I appreciate you for really being simply considerate and then for figuring out certain superb guides most people are really wanting to be aware of. Our own honest apologies for not expressing appreciation to you earlier.

  2. I wanted to compose a quick message to be able to express gratitude to you for these pleasant tips and hints you are giving here. My particularly long internet lookup has at the end been paid with sensible know-how to talk about with my co-workers. I ‘d tell you that most of us website visitors actually are undeniably lucky to live in a fabulous place with many brilliant professionals with useful pointers. I feel truly privileged to have discovered your weblog and look forward to tons of more entertaining times reading here. Thanks a lot again for everything.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close