Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

বৰপেটাত এন আৰ চিৰ আসোঁৱাহ দূৰীকৰণৰ দাবীত স্মাৰক পত্ৰ প্ৰদান

বৰপেটাত এন আৰ চিৰ আসোঁৱাহ দূৰীকৰণৰ দাবীত স্মাৰক পত্ৰ প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা , দিদাৰ হুছেইন, হাউলী,১৪ মেঃ দেশৰ উচ্চতম ন্যায়্যালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি)ৰ অদ্যবধিকৰণ কৰাৰ ক্ষেত্ৰত বৰ্তমান চলি থকা আসোঁৱাহ সমূহ দূৰিকৰণৰ দাবীত অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি ইব্ৰাহীম আলী ,সাধাৰণ সম্পাদক নিয়ামত আলীৰ নেতৃত্বত এটি পোন্ধৰ জনীয়া প্ৰতিনিধিৰ দলে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰীৰ জৰিয়তে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক এখন স্মাৰক পত্ৰ প্ৰদান কৰে বুলি জিলা সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক মামুনুৰ হুছেইনে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে |

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close