Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

ভবিষ্যতে ডাক্তৰ হোৱা আশা মৰিগাঁও নিলোৎপলৰ

ভবিষ্যতে ডাক্তৰ হোৱা আশা মৰিগাঁও নিলোৎপলৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , মৰিগাঁৱৰ পৰা পুলিন কাকতি , ১৬ মে : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি ঘোষণা কৰা ফলাফলত মৰিগাঁৱৰ জিলা ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সৰ্বমুঠ ৪৯২নম্বৰ লাভ কৰি বিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান দখল কৰি মৰিগাঁও জিলাৰ ভূৰবন্ধালৈ গৌৰৱ আনিবলৈ সক্ষম হৈছে। নিলোৎপল বৰাই অসমীয়াত ৮৪ ইংৰাজীত ৮৮, সমাজ বিজ্ঞানত ৭৩, সাধাৰণ বিজ্ঞানত ৬৭, সাধাৰণ গনিতত ৯৫, উচ্চ গনিতত ৮৫,শতাংশ লাভ কৰা নিলোৎপলে ভবিষ্যতে চিকিৎসক হোৱাৰ মন পুহি ৰাখিছে। সৰ্বমুঠ দৈনিক ৮/৯ঘন্টাকৈ অধ্যায়ন কৰিছিল এইগৰাকী মেধাৱী ছাত্ৰয়ে৷ মৰিগাঁও ভূৰবন্ধাএইগৰাকী ছাত্ৰৰ পিতৃ মাতৃয়ে মৰিগাঁও ভূৰবন্ধাত এখন সাধাৰণ হোটেল দি পৰিয়ালটো চলোয়া লগতে নিজৰ সন্তানক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাই আছে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close