Uncategorizedঅসম

মুক্তি পালে অসমীয়া গীতৰ মিউজিক ভিডিঅ’ ‘অ’ নিলিমাই – ২০১৯

মুক্তি পালে অসমীয়া গীতৰ মিউজিক ভিডিঅ’ ‘অ’ নিলিমাই – ২০১৯

ধুবুৰীৰ পৰা নিৰ্মিত অসমীয়া মিউজিক ভিডিঅ’ অ’ নিলিমাই’ ইতিমধ্যে ছচিয়েল মিডিয়া যোগে মুক্তি দিয়া হৈছে | গীতৰ কথা, সুৰ তথা কণ্ঠ জিয়াউৰ ৰহমান মোল্লাৰ | সংগীত বিক্ৰম মিত্ৰাৰ | চিত্ৰগ্ৰহণত আছে ৰাহিমুল খান আৰু সম্পাদনা কৰিছে মুন আহমেদে | ৰূপসজ্জা, সাজসজ্জা অনু শ্বেখৰ | অভিনয় কৰিছে ক্ৰমে জিয়াউৰ আৰু ছুইটিয়ে | ভিডিঅ’টোৰ পৰিচালনা তথা কৰিঅ’গ্ৰাফী ৰবিন চন্দ্ৰ ৰায়ৰ |

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close