Uncategorized

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’লৱে মন্ত্ৰালয়ৰ নতুন সিদ্ধান্তঃ ৰে’লৱে ষ্টেচনত টিকট নোহোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰিব…!

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’লৱে মন্ত্ৰালয়ৰ নতুন সিদ্ধান্তঃ ৰে’লৱে ষ্টেচনত টিকট নোহোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰিব…!

দুৰ্নীতিৰ দৰ্পণ নিউজ ব্যুৰ’, অমৃত কুমাৰ শৰ্মা,০৯ জুন–
ৰে’লৱে ষ্টেচনত No Ticket, No Entry ৷টিকট নোহোৱাকৈ ৰে’লৱে ষ্টেচনত কৰিব নোৱাৰিব প্ৰৱেশ। ৰে’লৱে ষ্টেচনত ভিৰ হ্ৰাস কৰিবলৈ আৰু যাত্ৰীৰ সুৰক্ষাৰ্থে শীঘ্ৰে বিমানবন্দৰৰ দৰে প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰা হ’ব।টিকট নোহোৱাকৈ ৰে’লৱে ষ্টেচনত কৰিব নোৱাৰিব প্ৰৱেশ। ইয়াৰোপৰি ৰে’লৱে ষ্টেচনসমূহত WIFI সেৱা আৰু A1 কেটেগৰীৰ ৰে’লৱে ষ্টেচন আধুনিকীকৰণ কৰা আদি ৰে’লৱেৰ ১০০ দিনৰ এজেণ্ডাত অন্তৰ্ভুক্ত কৰা হৈছে। আধুনিক হ’বলগীয়া ষ্টেচনৰ ভিতৰত চুৰট, ৰায়পুৰ, দিল্লী কেণ্ট আৰু ৰাঁচী ষ্টেচন অন্তৰ্ভুক্ত কৰা হৈছে। ৰাইজৰ সুবিধাৰ্থে ৰে’লৱে বিভাগে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে। যাত্ৰীৰ সুৰক্ষাক তালিকাত প্ৰথম স্থান দিছে বিভাগটোৱে।উল্লেখযোগ্য যে A আৰু A1 কেটেগৰীৰ ষ্টেচনত অ’টোমেটেড গেটৰ ব্যৱস্থা কৰা হ’ব। টিকট নোহোৱাকৈ ৰে’লৱে ষ্টেচনত প্ৰৱেশ কৰিব নোৱাৰিব। প্ৰস্তাৱিত এই আঁচনি পোনপ্ৰথমে বলৱত্‍ হ’ব হবীবগঞ্জ আৰু গান্ধীনগৰ ৰে’লৱে ষ্টেচনত।
ইয়াৰ পিছত দিল্লী আৰু মুম্বাইতো বলৱৎ কৰা হ’ব এই ব্যৱস্থা। বিমান বন্দৰৰ দৰে সুৰক্ষাৰ বাবে RPF কমাণ্ডোক CISFৰ দৰে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰ বাবে প্ৰায় ১১৫ কোটি টকা মুকলি কৰি দিছে বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ ৰে’লৱে মন্ত্ৰণালয়ে।৷

Show More

2 Comments

  1. Thank you so much for giving everyone an extremely brilliant chance to read from this website. It can be very awesome plus stuffed with a good time for me and my office fellow workers to search your blog at minimum three times in one week to find out the newest guides you have. And indeed, we’re at all times fascinated concerning the beautiful pointers served by you. Selected two areas in this post are particularly the most suitable we have had.

  2. I simply wanted to send a brief message so as to thank you for all the splendid concepts you are giving out at this site. My considerable internet look up has at the end been compensated with reputable knowledge to exchange with my friends and family. I would mention that most of us site visitors actually are quite endowed to live in a really good website with many marvellous professionals with helpful points. I feel rather blessed to have seen your web page and look forward to tons of more cool minutes reading here. Thanks once more for everything.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close