সাহিত্য পৃষ্ঠা

🌷🌷আশা 🌷🌷
***********
ৰূপা গগৈ , গুজৰাট ।

সুপ্ত হেপাঁহ বোৰে
দুপাখি মেলিব খোঁজে
সুৰুঙা পালে…………
আকাশৰ নীলাবোৰ চুই চোৱাৰ আপাহতে ..
কিন্তু যিমানে যোৱা যায় ওচৰলৈ
শূণ‍্যতাই আৱৰি ধৰে সীমাহীন দৃষ্টি
কপহুৱা মেঘবোৰে ঢাকি ধৰে আকাশ
তথাপিও মোৰ শুকুলা ঘোঁৰা
মেলি দিওঁ অন্তৰ পৰা অনন্তলৈ
যাৰ নাম আশা …….

মাথোঁ চুবলৈ বিশালতা ।
********

Close
Close