Uncategorizedঅসমসাহিত্য

স্তৱক #*** অঞ্জুমণি হাজৰিকা

স্তৱক #***
অঞ্জুমণি হাজৰিকা

তুমিয়েই সপোনৰ বাটৰ
সুখৰ আকৰ ,
প্ৰেৰণাৰ জোনাক
আজীৱন :::::
আহা তুমি মনৰ পদূলিলৈ
চিংফু বাঁহী বজাই
ৰ’দালিৰ বোকোচাত উঠি ।

তোমাৰ সান্নিধ্যৰ আকাশত
জাগৃত মনে সৃষ্টিৰ তৰাফুলেৰে
শান্তিৰ ঢৌ তোলে সমীৰণত ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close