Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

স্পষ্টীকৰণ

স্পষ্টীকৰণ
অসমৰ পৰা প্ৰকাশিত দৈনন্দিন বাৰ্তা নামৰ বাতৰি কাকতত প্ৰকাশ পোৱা ফুলকাটাৰী গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে এনৰেগা আঁচনিৰ কামত বিয়াগম কেলেংকাৰীৰ অভিযোগ , ছাএ ছাএী , ব্যৱসায়ীক আৰু চৰকাৰী চাকৰিয়ালৰ নামত জৱকাৰ্ড ব্যৱহাৰ নামৰ শীৰ্ষক বাতৰিটো মোৰ দৃষ্টি গোচৰ হৈছে ৷ উক্ত বাতৰিটো সম্পূৰ্ণ মনেসজা , ভিত্তিহীন আৰু মিছাঁ ৷ গাঁও পঞ্চায়তখনত এনৰেগা আঁচনিৰ কামত কোনো দুৰ্নীতি অনিয়ম তথা কেলেংকাৰী হোৱা নাই ৷ আঁচনি মতে , কাম চলি আছে আৰু ছাএ ছাএী , ব্যৱসায়ীক আৰু চৰকাৰী চাকৰিয়ালৰ নামত এটাও জৱকাৰ্ড নাই ৷ লগতে কোনো ধন আত্মসাৎ কৰাৰ প্ৰশ্নই নুঠে ৷ অকল কামৰ বিলৰ বাবে ডিমাণ্ড দিয়া হৈছে ৷ আফছাৰ আলী সেখ নামৰ ব্যক্তিজনে মোৰ বিৰুদ্ধে আক্ৰোশমূলক ভুৱা তথ্যৰ যোগান দি মিছাঁ বাতৰি পৰিবেশন কৰাৰ বাবে তীব্ৰ গৰিহণা আৰু নিন্দা কৰিছোঁ ৷

ভৱদীয়
ছিৰাজুল হক
সভাপতি
ফুলকাটাৰী গাঁও পঞ্চায়ত ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close