Uncategorized

সৰভোগ-সাহাপুৰ গাওঁত ঈদ মেহফিল ও বঁটা বিতৰণী সভাৰ সামৰণি

সৰভোগ-সাহাপুৰ গাওঁত ঈদ মেহফিল ও বঁটা বিতৰণী সভাৰ সামৰণি

দুৰ্নীতিৰ দৰ্পণ সেৱা, সৰভোগ, 26 আগষ্ট: ৰাজ্যত অব্যাহত আছে ঈদ উৎসৱ উপলক্ষে আনন্দ অনুষ্ঠান। যোৱা ৰাতিত সৰভোগ-সাহাপুৰত ধুমধামেৰে চলি আছে ঈদ মেহফিল অনুষ্ঠান । জানিব পৰা মতে , আহমেদ আলীক সভাপতি আৰু আমিনুল ইছলামক সম্পাদক হিচাপে লৈ মুঠ ২১ জনীয়া ঈদ মেহফিল উদযাপন সমিতি গঠন কৰি আয়োজন কৰিলে এই উৎসৱ । উক্ত অনুষ্ঠানটি বৰনগৰ কলেজৰ অধ্যাপক ড০ ৰেজাউল কৰিমৰ সভাপতিত্বত মুকলি ও বঁটা বিতৰণি সভাখন অনুষ্ঠিত কৰা হয় । এই মুকলি সভাখনত মূখ্য অতিথি হিচাপে উপস্থিত থাকে ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া । আমন্ত্ৰীত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে- মেদানীচোকা জিলা পৰিষদ সদস্য মহেন্দ্ৰ মহন দাস, সৰভোগ আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ দাস, জামাদাৰবুৰী গাওঁৰ বিশিষ্ট সমাজ কৰ্মী আলী হুছেইনে আৰু শ্বাহকামাল খন্দকাৰ, সভাপতি ABMSU উপস্থিত থাকি এই অঞ্চলৰ শিক্ষা-দিক্ষা, খেল-ধেমালী, বাল্য বিবাহ বন্ধ কৰা, শিশু শ্ৰমিক বন্ধ কৰা, মাদক দ্ৰব্যৰ পৰা সমাজখনক বচাই ৰখা আদি বিভিন্ন দিশৰ ওপৰত তেওঁলোকে মূল্যবান ভাষণ প্ৰদান কৰে।

Show More

2 Comments

  1. Thanks for your whole hard work on this web site. My mom loves participating in research and it’s easy to understand why. Almost all learn all of the dynamic ways you produce insightful suggestions on this blog and as well as strongly encourage contribution from the others on that point so our own girl is understanding so much. Have fun with the remaining portion of the year. You are always performing a splendid job.

  2. I am writing to let you know of the perfect encounter my cousin’s princess found checking your web page. She picked up some pieces, most notably what it is like to possess an incredible giving character to let most people without problems learn selected tortuous subject matter. You really surpassed our expectations. I appreciate you for providing such helpful, dependable, educational and as well as cool thoughts on this topic to Evelyn.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close