Uncategorized

হাউলীত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধণা

হাউলীত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধণা

দুৰ্নীতিৰ দৰ্পণ সেৱা , দিদাৰ হুছেইন,হাউলী,২৩ মেঃ বৰপেটা জিলাৰ হাউলী জাতীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক সম্বৰ্ধণা জনোৱাৰ উদ্দেশ্য আগত ৰাখি আজি ৰাতিপুৱা ৯ বজাত বিদ্যালয় প্ৰাঙ্গণত ডা০ ছামচুল আলমৰ পৌৰোহিত্যত সম্বৰ্ধণা সভা অনুষ্ঠিত হয় ৷ সভাত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়ৰ ২৫ গৰাকী শিক্ষক -শিক্ষয়িত্ৰী সকলৰ অশেষ কষ্টৰ ফলশ্ৰুতিত কৃতিত্বৰে উত্তীৰ্ণ হোৱা কৃষ্ণাংগী বৰপূজাৰী,উম্মে কুলছুম,মুস্তাক তাহেৰ আৰু সুস্মিতা কৰ্মকাৰ সহ মুঠ ২১ গৰাকী শিক্ষাৰ্থীক বিশেষভাৱে সম্বৰ্ধণা জনোৱা হয় ৷ উক্ত সম্বৰ্ধনা সভাত হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক হাছান আলী,সমাজ কৰ্মী ছকিনা খাতুন,বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী আলী আকবৰ,হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক নৃপেন্দ্ৰ পূজাৰী,পল্লাৰপাৰ মাদ্ৰাছা উচ্চতৰ বিদ্যালয়ৰ অধ্যক্ষ আব্দুল মান্নান ,হাউলী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মতিউৰ ৰহমান চৌধুৰী,আবু তাহেৰ আছাদী আদিয়ে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি শিক্ষাৰ ওপৰত পৰামৰ্শমূলক বক্তব্য আগবঢ়ায় ৷ সভাৰ শেষত সভাপতি ড০ ছামচুল আলমে বিদ্যালয় খনৰ শিক্ষাৰ অগ্ৰগতি আৰু শিক্ষক -শিকয়িত্ৰী সকলৰ কাম -কাজৰ অগ্ৰগতিক ভূয়সী প্ৰশংসা কৰি আন্তৰিক অভিনন্দন জনােৱাৰ লগতে সদৌ শেষত ছবিবৰ ৰহমানে সভাত উপস্থিত থকা সমূহ শুভাকাংঙ্খী সকলক শলাগৰ শৰাই যাঁচে ৷

Show More

16 Comments

  1. Hello I am so excited I found your weblog, I really found you by accident, while I was
    researching on Digg for something else, Anyhow I am here
    now and would just like to say cheers for a incredible post
    and a all round thrilling blog (I also love the theme/design), I don’t have time to go through it all at the moment but I have bookmarked
    it and also added in your RSS feeds, so when I have time I will be back to read more, Please do keep up the superb
    work.

  2. Hey I know this is off topic but I was wondering if you knew of any widgets I could add to
    my blog that automatically tweet my newest twitter updates.

    I’ve been looking for a plug-in like this for quite some time and was hoping maybe you would have
    some experience with something like this. Please let me know if you
    run into anything. I truly enjoy reading your blog and I look forward to your new updates.

  3. My developer is trying to persuade me to move to
    .net from PHP. I have always disliked the idea because of the costs.
    But he’s tryiong none the less. I’ve been using WordPress on a number of websites for about a year and am
    nervous about switching to another platform. I have heard fantastic things about blogengine.net.

    Is there a way I can import all my wordpress posts into it?
    Any kind of help would be really appreciated!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close