Uncategorizedঅসম

হাটশিঙিমাৰী প্ৰেক্ষাগৃহত ২৬ সংখ্যাক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ঃ

হাটশিঙিমাৰী প্ৰেক্ষাগৃহত ২৬ সংখ্যাক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ঃ

দুৰ্নীতিৰ দৰ্পণ সেৱা ; হাজিৰহাটৰ পৰা হাবিবুল ইছলাম ৪ অক্টোবৰ ঃ আজি দঃশালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী প্ৰেক্ষাগৃহত দঃশালমাৰা মানকাচৰ জিলা সমাৰোহ কমিটিৰ উদ্যোগত আৰু “ASSAM SCIENCE , TECHNOLOGY AND ENVIRONMENTAL COUNCIL” ৰ অধীনত ২৬ সংখ্যাক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০১৮ অনুষ্ঠিত হয় ৷ অতিৰিক্ত জিলা উপায়ুক্ত ৰাজেশ্বৰ তেৰাগে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ সমাৰোহত বিভিন্ন স্কুলৰ পৰা ৪০ জন শিশু বিজ্ঞানিয়ে য়ে অংশ গ্ৰহণ আৰু তাৰ পৰা ৬ জন শিশু বিজ্ঞানিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাচনী কৰিব বুলি জানিব দিয়ে সহকাৰী প্ৰবক্তা মহাম্মদ আলী ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close