Uncategorizedঅসম

অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অষ্টম দ্বি-বাৰ্ষিক শিৱসাগৰ অধিৱেশন

অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অষ্টম দ্বি-বাৰ্ষিক শিৱসাগৰ অধিৱেশন

দুৰ্নীতিৰ দৰ্পণ নিউজ ব্যুৰ’, অমৃত কুমাৰ শৰ্মাৰ প্ৰতিবেদন, ১৯ ফেব্ৰুৱাৰী: দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শিৱসাগৰ মিলন মন্দিৰত অনুষ্ঠিত হোৱা অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অষ্টম দ্বি~বাৰ্ষিক শিৱসাগৰ অধিৱেশনৰ সফলভাৱে সামৰণি পৰে ৷ মুখ্য অতিথি ৰূপে উপস্থিত থাকে
অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সভাপতি হৰেকৃষ্ণ ভৰালী তথা যোৰহাট বিয়েড কলেজৰ অধ্যক্ষ বিনিতা দত্ত, অসম মেডিকেল কলেজ ডিব্ৰুগড়ৰ অধ্যক্ষ ড°হিৰণ্য কুমাৰ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷ “দুৰ্নীতিৰ দৰ্পণ”ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত উপস্থিত থাকে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি দেৱেন চন্দ্ৰ বৰুৱা, কাৰ্য্যকৰী সভাপতি সুশীল চন্দ্ৰ বৰুৱা,সাধাৰণ সম্পাদক যোগেশ চন্দ্ৰ ৰাজখোৱা, কোষাধ্যক্ষ হিমাদ্ৰী জ্যোতি বৰুৱা,ৰমেন বৰপাত্ৰগোহাঁই, বিপিন চন্দ্ৰ বৰুৱা,বিবেকানন্দ বৰা,খগেন শইকীয়া,অনিল চন্দ্ৰ দত্ত,আবু খান,ললিত চন্দ্ৰ কলিতা ইত্যাদি ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close