Uncategorizedঅসমবিনোদন

৯১ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠান

৯১ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠান

দুৰ্নীতিৰ দৰ্পণ নিউজ ব্যুৰ’,অমৃত কুমাৰ শৰ্মা,২৫ ফেব্ৰুৱাৰী : ৯১ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠান ৷ ডলবি থিয়েটাৰত বৰ্ণাঢ্য অনুষ্ঠানত অস্কাৰ প্ৰদান ৷ মাহেৰশ্বালা আলীলৈ শ্ৰেষ্ঠ সহ অভিনেতাৰ সন্মান ৷ ‘Green Book’ নামৰ চলচ্চিত্ৰৰ বাবে এই বঁটা ৷ ৰেজিনা কিঙলৈ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ সন্মান ৷ If Beale Street Could Talk চলচ্চিত্ৰৰ বাবে এই বঁটা ৷ Spider-Man: Into The Spider-Verseলৈ সন্মান ৷ এনিমেটেড ফিচাৰ ফিল্ম হিচাপে নিৰ্বাচিত চলচ্চিত্ৰখন ৷ এলফনছ’ কোৱেৰ’নলৈ শ্ৰেষ্ঠ দৃশ্য গ্ৰহণকাৰীৰ সন্মান ৷ শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ বাবে ৰুথ কাৰ্টাৰলৈ অস্কাৰ ৷ Black Panther চলচ্চিত্ৰখনৰ বাবে কাৰ্টাৰলৈ এই সন্মান ৷ শ্ৰেষ্ঠ ডকুমেণ্টৰী (ফিচাৰ) হিচাপে Free Solo নিৰ্বাচিত ৷ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ : ৰোমা ৷
শ্ৰেষ্ঠ ফিল্ম এডিটিং:বহেমিয়া৷ ৰাপছ’ডি এনিমেটেড ছৰ্ট ফিল্ম : বাঅ’ ৷৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close