Uncategorizedঅসম

গুৱাহাটী বিশ্ববিদ্যালয়ত আইদেউ টকীজৰ মুকলি ছবি প্ৰদৰ্শন

গুৱাহাটী বিশ্ববিদ্যালয়ত আইদেউ টকীজৰ মুকলি ছবি প্ৰদৰ্শন

দুৰ্নীতিৰ দৰ্পণ , ডিজিটেল : চলচ্চিত্ৰক গণমুখী কৰাৰ উদ্দেশ্যৰে আইদেউ টকীজ অসমে ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত ৰাখিছে । ৭ মাৰ্চ বৃহস্পতিবাৰে প্ৰতিষ্ঠানটোৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত এম্ফিথিয়েটাৰৰ মুকলি মঞ্চত সন্ধিয়া ৮ বজাত দীপ চৌধুৰী পৰিচালিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি আলিফা প্ৰদৰ্শন কৰা হয় ।অনুষ্ঠানত ছবি প্ৰযোজকদ্বয় আৰমান আহমেদ আৰু মেহমুদা বেগমক সম্বৰ্ধনা জনোৱা হয় ।ৰেডিঅ’লুইতৰ অষ্টম বৰ্ষপুৰ্তি উপলক্ষে আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা,আইদেউ টকীজ প্ৰধান ৰত্ন দাসৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Show More

16 Comments

  1. Good day! I know this is kinda off topic nevertheless I’d figured I’d ask.
    Would you be interested in exchanging links or maybe guest writing a
    blog post or vice-versa? My blog discusses a lot of
    the same subjects as yours and I believe we could greatly
    benefit from each other. If you are interested feel free to shoot me an e-mail.
    I look forward to hearing from you! Wonderful blog by the way!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close