Uncategorizedঅসম

ফকিৰগঞ্জত আন্তৰ্জাতিক নাৰী দিৱস পালন 

ফকিৰগঞ্জত আন্তৰ্জাতিক নাৰী দিৱস পালন

দুৰ্নীতিৰ দৰ্পণ সেৱা, দক্ষিণ শালমাৰা , 9 মাৰ্চ : সমগ্ৰ দেশৰ লগতে দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় ৷ মহিলা আত্ম সহায়ক গোটৰ উদ্যোগত পালন কৰা আন্তৰ্জাতিক নাৰী দিৱসত অঞ্চলটোৰ বিভিন্ন আত্ম সহায়ক গোটে অংশগ্ৰহণ কৰে । আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মাদকদ্ৰব্যৰ বিৰুদ্ধে সমদল উলিওৱা হয় । সমদলকাৰী সকলে “মদ জুবা বন্ধ কৰক” , “নাৰী দিৱস সফল কৰক” আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কপাই তোলে ৷ দিনজোৰা কাৰ্যসূচীৰ নেতৃত্বত দিয়ে মিজানুৰ ৰহমান আৰু আখৰেজ্জামান সেখ ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close