Uncategorizedঅসম

মানকাচৰৰ ৰাংঙাপানীত বিধ্বস্ত অগ্নিকাণ্ড , মুহৰ্তত 4 টা বাড়ী ভস্মীভূত

মানকাচৰৰ ৰাংঙাপানীত বিধ্বস্ত অগ্নিকাণ্ড , মুহৰ্তত 4 টা বাড়ী ভস্মীভূত

দুৰ্নীতিৰ দৰ্পণ , ডিজিটেল সেৱা , কালাপানী, 20, মাৰ্চ :- আজি আবেলি 2.20 মিনিটত মানকাচৰৰ ৰাংঙাপানীত বিধ্বস্ত অগ্নিকাণ্ড সংগঠিত হয় । জানিব পৰা মতে ৰাংঙাপানীৰ সোনা মিঞাৰ ঘৰৰ পৰা এই অগ্নিকাণ্ডৰ সুত্ৰপাত হয় । কিহৰ বাবে এই অগ্নিকাণ্ড সংগঠিত হল এতিয়াও জানিব পৰা হোৱা নাই । ইপিনে , এই অগ্নিকাণ্ডৰ ফলত চাৰিটা কৈ বাড়ী নিমিষতে পুৰি ভস্ম হয় । সোনা মিঞা , বাহাৰ আলী , জিয়াৰুল মণ্ডল আৰু ইব্ৰাহিমৰ আলীৰ ঘৰৰ কোনো চিন ছাপেই বিচাৰি পোৱা নগল । চাৰি টা ঘৰ পুৰি ছাই হোৱাৰ পিছত অগ্নিনিৰ্বাহকৰ বাহিনী আহি ঘটনা স্হলীত উপস্হিত হয় বুলি ৰাইজে জানিবলৈ দিয়ে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close