Uncategorizedঅসম

জৰাজীৰ্ণ অৱস্হা খনা কৃষ্ণ পুৰ বাট পথ আৰু চৰকাৰী বিদ্যালয়   

জৰাজীৰ্ণ অৱস্হা খনা কৃষ্ণ পুৰ বাট পথ আৰু চৰকাৰী বিদ্যালয়
দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰদলনি , ধেমাজী : ধেমাজি জিলা বৰদলনি পঞ্চায়ত অন্তৰ্গত এখন গাওঁ নাম খনা কৃষ্ণপুৰ ।এই গাঁৱৰ মাজ মজিয়াতে আছে কাঠনি বাৰি প্ৰাথমিক বিদ্যালয়।বিদ্যালয়ৰ চাৰিসীমা অথাৎ চৌহদ তেনে তথৈবচ অৱস্হা ।২০১৩ চনতে প্ৰাদেশীকৰণ হোৱা বিদ্যালয়ৰ খনত নাই শিক্ষক সকলৰ কাৰ্যালয়/অফিচ গৃহ আৰু জাৱতীয় সামগ্ৰী থোৱা লগতে ছাত্ৰ ছাত্ৰী সকলৰ বাবে পাথ দান কৰিবৰ পৰাকৈ ডেস্ক বেনচ আৰু নাই খেল পথাৰ ।আছে মাথো বিদ্যালয়ৰ নিচেই কাষতে ডাঙৰ ডাঙৰ খাৱৈ,তাকে লৈ ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱক সকলে চিন্তাত পৰিব লগা হৈছে ।উল্লেখ্য যে বিগত বাহনি পানী ফলত গাওঁ খনৰ সকলো পথ খণ্ডন বিখণ্ড কৰা পৰিলক্ষিত হয় ।ইয়াৰ ফলত গাওঁ বাসিৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ জাতাযত কৰাত অসুবিধা সন্মুখীন হ’ব লগীয়া হয় ।ইয়াৰ পাছতো বৰদলনি শিক্ষা খণ্ডৰ লগতে সাশনাধিষ্ঠ চৰকাৰ খনে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close