Uncategorizedঅসম

ফুলেচৰত ভাৰতীয় জনতা পাৰ্টিৰ যোগদান সভা

ফুলেচৰত ভাৰতীয় জনতা পাৰ্টিৰ যোগদান সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা , হাটশিঙিমাৰী, ১০ অক্টোবৰঃ দঃশালমাৰা মানকাচৰ জিলাৰ ফুলেৰচৰ গাওঁ পঞ্চায়তৰ পুৰাণ সুকচৰত আজি বিজেপি দলৰ এখন যোগদান সভা অনুষ্ঠিত হয় ৷ ফেকামাৰী মণ্ডল কমিটিৰ প্ৰাক্তন সভাপতি তথা ফুলেচৰ গাওঁ পঞ্চায়তৰ প্ৰভাৰী আব্দুল আলিম মোল্লাৰ নেতৃত্বত আৰু ,বিজেপিৰ যুৱ কৰ্মী আছৰুত জামানৰ সহযোগিতাত এই যোগদান সভাত এ. আই. ইউ. ডি. এফ. আৰু কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷ সভাত উপস্থিত থাকে, দঃশালমাৰা মানকাচৰ জিলাৰ জিলা সাধাৰণ সম্পাদক পৰিতোষ শাহা ,জিলা সম্পাদক ছকিবৰ ৰহমান উপস্থিতিত ইছলাম উদ্দিনৰ সভাপতিত্বত এই যোগদান সভা কাম দিনৰ দুইবজাত প্ৰায় তিনিশতাধিক ৰাইজৰ উপস্থিতিত সম্পন্ন কৰে বুলি জানিব পৰা গৈছে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close