About Us

Doornitir Darpan হৈছে সংবাদ জগতৰ এক নতুন চিন্তাৰ বহিঃ প্ৰকাশ । Doornitir Darpan হ’ল ধুবুৰীৰ পৰা প্ৰকাশিত প্ৰিন্ট মিডিয়া । আধুনিকতাৰ যুগৰ আৰম্ভণিতে আমি মানৱ ইমানেই ব্যস্ত হৈছোঁ যে , Social Media ত সময় নষ্ট কৰিব পাৰি , কিন্তু জ্ঞান আহৰণৰ কাৰণে সময় নাইকিয়া হৈ যাব ধৰিছে । আমি এই বিষয়ে চিন্তা কৰি আপোনাৰ মনৰ কথাবোৰ স্পষ্ট প্ৰকাশৰ সুবিধাৰ বাবেই আমাৰ এক প্ৰচেষ্টা । আপুনি আমাক কব পাৰিব আপোনাৰ মনৰ কথাবোৰ, অসমৰ সামাজিক, ৰাজনৈতিক , অৰ্থনৈতিক ক্ষেত্ৰত আপোনালোকৰ মতামত দিব পাৰিব আমালৈ । সমাজত চলি থকা অন্ধঃ বিশ্বাস , কু-সংস্কাৰ তথা আপোনাৰ অঞ্চলত এনেকুৱা বহু সমস্যা আছে , যি বিলাক সংবাদ মাধ্যমত নাহে , এনেকুৱা প্ৰতিটো সমস্যা আমালৈ প্ৰেৰণ কৰক , আমি প্ৰকাশ কৰিম আপোনাৰ বাতৰি, আপোনাৰ স্বাৰ্থত , আপোনাৰ অঞ্চলৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত । অসমৰ প্ৰতিটো কথা , যি বিলাক আপুনি কোৱাৰ সুযোগ পোৱা নাই, আমি সন্মান জনাম আপোনাৰ চিন্তাক । প্ৰতিটো কথা বিশ্লেষণ কৰি পঠাব আমালৈ । আমি প্ৰকাশ কৰিম আপোনাৰ কথা ।

.

Founder & CEO

Sayed Ali Khan.

 

Close
Close