ধুবুৰী জিলা বিজেপিৰ চতুৰ্থ কাৰ্যনিৰ্বাহক সভা , ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টি দখলৰ সপোন বিজেপিৰ

5
266
ধুবুৰী জিলা বিজেপিৰ চতুৰ্থ কাৰ্যনিৰ্বাহক সভা , ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টি দখলৰ সপোন বিজেপিৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , গৌৰীপুৰ , ১৪ অক্টোবৰ : সমাগত ২০২১ নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰীত বিজেপিৰ ৰণচালি । বুধবাৰে গৌৰীপুৰস্থিত প্ৰতিমা বৰুৱা পাণ্ডে সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হয় ধুবুৰী বিজেপিৰ এখন কাৰ্যনিৰ্বাহক তথা সাংগঠনিক সভা । জিলা সভাপতি ডা: দেৱময় সান্ন্যালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সমাগত ২০২১ ৰ নিৰ্বাচন সম্পৰ্কে দলীয় কৰ্মী সকলক অধিক সজাগ হবলৈ বহু কেইজন বক্তাই ভাষণ দিয়ে। বিশেষকৈ ধুবুৰী মহকুমাৰ অন্তৰ্গত ধুবুৰী সদৰ সমষ্টি , গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টি তিনিখন দখল কৰাৰ লক্ষ্য হিচাপে লৈ ৰণ কৌশল ৰচনা কৰে দলৰ নেতৃত্বই । সভাখনত ধুবুৰী জিলা বিজেপিৰ সভাপতি দেৱময় সান্ন্যালৰ লগতে জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি নিৰ্মানন্দ পাল , কেন্দ্ৰীয় কমিটিৰ সদস্য বিমল ওচৱাল প্ৰমূখ্যে স্থানীয় নেতা সকল উপস্থিত থাকে।

5 COMMENTS

  1. [url=https://tizanidinemed.com/]tizanidine 2 mg capsule[/url] [url=https://zofranonline.com/]zofran 2018[/url] [url=https://viagrabrm.com/]order generic viagra uk[/url] [url=https://medimstore.com/]aciphex over the counter[/url] [url=https://blauviagra.com/]can you buy viagra without a prescription[/url]

LEAVE A REPLY

Please enter your comment!
Please enter your name here