হাউলীৰ আমবাৰীত পথ দুৰ্ঘটনা ,এজন থিতাতে নিহত

40

হাউলীৰ আমবাৰীত পথ দুৰ্ঘটনা ,এজন থিতাতে নিহত

প্ৰতিবেদক মনজিৎ দাস হাউলী , ২৩ ফেব্ৰুৱাৰীঃ হাউলীৰ আমবাৰীত কিছু সময় পূৰ্বে এখন বাইক আৰু মালবাহী টেম্পুৰ মাজত মুখামুখি সংঘৰ্ষ হয় । পথ দূৰ্ঘটনাটোৰ ফলত বাইক আৰোহী এজন থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰ ভাবে আহত হয় । নিহত ব্যক্তি জন নলবাৰীৰ আমজাদ আলী বুলি জানিব পৰা গৈছে ।

Total Page Visits: 50 - Today Page Visits: 1