উদমাৰীৰ শাখাৰ উত্তৰ নগাঁও শিশু গ্ৰন্থ মেলাত তিনিদিনীয়া জৰুৰীকালীন চিকিৎসা সেৱা প্ৰদান
দুৰ্নীতিৰ দৰ্পণ সেৱা, গিয়াছ উদ্দিন আহমেদ, উদমাৰী , ২ মাৰ্চ : উত্তৰ নগাঁও গ্ৰন্থ মেলাত প্ৰথম দিনা চিকিৎসা প্ৰদান কৰে দগাওঁ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মফিজুৰ ৰহমান চৌধুৰী ডাঙৰীয়া তেখেতৰ লগত সহযোগ কৰে উৰ্মিলা পাথৰ আৰু চিমকি শইকীয়াই । দ্বিতীয় দিনা চিকিৎসা প্ৰদান কৰে চিকিৎসক অতুনো বৰা তেখেতৰ সহযোগী হিচাপে থাকে চোজিদ মন্ডল আৰু উৰ্মিলা পাথৰ । তৃতীয় দিনা চিকিৎসা প্ৰদান কৰে ডাক্তৰ শ্বহিদুল ইছলাম সহযোগী হিচাপে চোজিদ মন্ডল আৰু চিমকি শইকীয়াই সহযোগ কৰে। নগাঁও শিশু উন্নয়ন সমিতিৰ সভাপতি আকিবুৰ ৰহমানে পিছপৰা অঞ্চলত এনেকুৱা গঠনমুলক অনুষ্ঠান অনুষ্ঠিত কৰাত উদমাৰী শিশু গ্ৰন্থ মেলাৰ আয়োজক সকলৰ লগতে অঞ্চল বাসীক আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে লগতে ৰাইজলৈ কাতৰ আহ্বান জনাই যে আপোনালোকে শিশুৰ হাতত মোৱাইলৰ পৰিবৰ্তে হাতত একোখন গ্ৰন্থ তুলি দিবলৈ যিহেতু আজিৰ শিশু কালিৰ দিনত দেশৰ নাগৰিক আজি আমি সমাজৰ ফালে লক্ষ্য কৰিলে দেখা পাওঁ বিভিন্ন দোকান, হোটেল আৰু চৰকাৰী চাকৰি কৰা বা অন্যান্য লোকৰ ঘৰত কমবয়সীয়া শিশুক বনকৰা হিচাপে বিভিন্ন কামত নিয়োগ কৰি আছে। আজি আমি নগাঁও শিশু উন্নয়ন সমিতিয়ে এই পৱিত্ৰ শিশু গ্ৰন্থ মেলাৰ পৰা শিশুৰ ওপৰত বিভিন্ন ধৰনৰ নিৰ্যাতন কৰা লোকক সকিয়াই দিব বিচাৰিছোঁ আপোনালোকে শিশুৰ ওপৰত নিৰ্যাতন কৰা বন্ধ কৰক অন্যথা আমি আপোনালোকক আইনৰ হাতত তুলি দিবলৈ কুণ্ঠাবোধ নকৰো । শিশু গ্ৰন্থ মেলাৰ আয়োজক সমিতি আৰু বিভিন্ন দল সংগঠনলৈ বিনম্ৰভাবে অনুৰোধ পদ পথৰ ভিক্ষা কৰা শিশু সকলৰ ভবিষ্যতৰ ফালে লক্ষ্য কৰি অকনমান আগবাঢ়ি আহিবলৈ কাতৰ আহ্বান জনায় । নগাঁও শিশু উন্নয়ন সমিতিৰ সম্পাদক হাচান মাচুদে উত্তৰ নগাওঁ গ্ৰন্থ মেলা উদমাৰী আয়োজক সমিতিক ধন্যবাদ জ্ঞাপন কৰি কয় যে, আমাৰ সমাজৰ শিশু সকল কিতাপৰ পৰা আঁতৰত আহি মবাইল আৰু ইলেক্ট্ৰনিক মাধ্যমত বেছি মগ্ন হোৱা দেখা গৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজক সমিতিয়ে আজি গ্ৰন্থ মেলাৰ আয়োজন কৰিছে। মোৰ দৃঢ় বিশ্বাস এই গ্ৰন্থ মেলাই আমাৰ সমাজত এক ধনাত্মক প্ৰভাৱ পেলাব ।গ্ৰন্থ মেলা হ’ল এনেকুৱা এক অনুষ্ঠান য’ত শিক্ষা সামাজিক, ধৰ্মীয় বা অন্যান্য কাৰণত কোনো এটা স্থানত অনেক মানুহৰ সমাগম হয়। গ্ৰন্থ মেলা শব্দটিৰ মাজত শিক্ষাৰ পূৰ্ণ প্ৰাপ্তি থাকে। গ্ৰন্থ মেলা মূলতঃ শিক্ষাৰ, মিলনৰ, আনন্দৰ মিলনভূমি য’ত বহুলোকৰ মিলন ঘটে। গ্ৰন্থ মেলাৰ সৈতে গ্ৰামীণ জনসমষ্টিৰ কৃষ্টি আৰু সংস্কৃতিৰ যোগাযোগ নিবিড়। গ্ৰন্থ মেলা সকলো জাতি, ধর্মৰ মানুহৰ সংস্কৃতিৰ সমন্বয়। এই মেলাক কেন্দ্ৰ কৰি গ্ৰামীণ জীৱনত শিক্ষাৰ প্ৰতি আহে প্ৰাণচাঞ্চল্য। লগতে উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলন,উদমাৰী শাখাৰ সম্পাদক তথা নগাঁও শিশু উন্নয়ন সমিতিৰ সাংস্কৃতিক সম্পাদক তথা উত্তৰ নগাঁও শিশু গ্ৰন্থ মেলাৰ স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিৰ সদস্য মতিউৰ ৰহমানে কয় যে আমাৰ উদমাৰী গাৱত পোন প্রথমবাৰৰ বাবে উত্তৰ নগাঁও শিশু গ্ৰন্থ মেলাৰ আয়োজন কৰা হৈছে। ইয়াৰ মূল লক্ষ্য হ’ল আমাৰ সমাজখনত কিতাপ পঢ়াৰ এক আলোড়নৰ সৃষ্টি কৰা। শিক্ষাই জ্ঞানৰ পাতনি মেলিব আৰু সামাজিক ব্যাধি স্বৰূপ দৰিদ্ৰতা দূৰ হ’ব। সেয়ে সকলোৱে আগুৱাই আহিব লাগে। তেতিয়াহে এক উন্নত সমাজ গঢ় লৈ উঠিব। লগতে উক্ত গ্ৰন্থমেলাত বিনামূলীয়া চিকিৎসা শিৱিৰৰ ব্যবস্থা কৰা হয়। সেয়ে উক্ত চিকিৎসা শিৱিৰৰ চিকিৎসক সকলৰ লগতে গ্ৰন্থমেলালৈ অহা সমূহ গ্ৰন্থ প্ৰেমী আৰু অনুষ্ঠানৰ উদ্যোগতা সকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

10 COMMENTS

  1. At official online casinos in this year most part of guys playing online poker. Nowadays young girls are interested in how to create their profile and to be victorious by cash in diverse games. Some men don’t know, but for most men, an important game is an online poker.

    At poker-clue.online there are a lot of lucky chances and men may search the best variant how to win. For example, if you have experience in digital games, you may play online poker. This game is very popular all over Europe. How to play poker tournament clue online? You must to visit a link where to play poker and then make a profile. Nevertheless, necessary to add data about birthdays and your individual number. This data will be processed by fellow workers and clients will play the web game.

    At webpage clue win poker you can search different useful information. For example, different bots contain useful information about poker clue live. As well, men like casino poker clue, while it is unusual to start for newbies. However, a game like a poker clue for starters is always fitting.

    Like guys who have never played poker, you may find on the website the best advice, any of them combined with poker clue video. You need understand that in modern poker tournaments a lot of players participate. So, if you wish to win, you must be very head-on. Most players don’t play every day poker, but they know about game all. If you wish to utilize bots with important information, on the website it is probable to do. Diverse bot telegrams contain information about clue texas poker, where members could find everything.

    There are a lot of advantages to a mobile platform casino. Using a mobile app you may play online poker every time. Members couldn’t create a master plan for how to win, even they don’t understand the rules of internet poker. On the webpage video poker clue support help and save diverse tips. You may winning poker clue, even you use some pieces of advice. Any of them you could search at clue at poker poker cash game clue here.

    For the comfort of clients at the website, clients have a chance to save for their device all recommendations and use it. Legend digital casinos have in their function virtual digital poker which is very often used by members. Bonuses and other information about digital poker contain formal characteristics of online casinos. That is why diverse ideas on how to win with bonuses you could search on the website. However, pro poker clue is feasible to utilize on weekends or at other times.

LEAVE A REPLY

Please enter your comment!
Please enter your name here