চেন্ট্ৰল জ’ন টাইকোৱানডো প্ৰতিযোগিতাত নৰ্থ গুৱাহাটী টাইকোৱানডো একাডেমিৰ বৃহৎ সাফল্য

    6
    99

    চেন্ট্ৰল জ’ন টাইকোৱানডো প্ৰতিযোগিতাত নৰ্থ গুৱাহাটী টাইকোৱানডো একাডেমিৰ বৃহৎ সাফল্য

    পঙ্কজ নাথ, চাংসাৰি , ৫ মাৰ্চ : সদ্যসমাপ্ত চেন্ট্ৰল জ’ন টাইকোৱানডো প্ৰতিযোগিতাত নৰ্থ গুৱাহাটী টাইকোৱানডো একাডেমিয়ে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । নগাঁৱৰ নূৰুল আমিন ইণ্ডৰ ষ্টেডিয়ামত সম্পন্ন হোৱা প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমিৰ ৮ গৰাকী প্ৰতিযোগীয়ে। প্ৰশিক্ষক প্ৰাঞ্জল বুঢ়াগোহাঁইৰ তত্বাৱধানত প্ৰশিক্ষণ লাভ কৰি সোণৰ পদক অৰ্জন কৰা খেলুৱৈ সকল ক্ৰমে প্ৰিতম কিশোৰ বৰা, মৈত্ৰী শৰ্মা, মানস প্ৰতিম বৰুৱা, পৰিনিতা বৰুৱা, লিয়া লেখাৰু, চুজেন হক, সীমান্ত বৰা, ৰুদ্ৰানি বৰকাকতি। ৰূপৰ পদক লাভ কৰে প্ৰাচী সৰকাৰ, তুচনিম ৰিয়ান চাংকাকতিয়ে। ইয়াৰ লগতে ডেজদিমনা কাশ্যপে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি সুখ্যাতি অৰ্জন কৰিছে একাডেমিখনে।

    6 COMMENTS

    1. Hi! Someone in my Myspace group shared this
      website with us so I came to take a look. I’m definitely enjoying the information.
      I’m book-marking and will be tweeting this to my followers!
      Excellent blog and great style and design.

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here