দীঘলীআটি জাতীয় বিদ্যালয়ৰ উদ্যোগত বাৰেৰহনীয়া সংস্কৃতিক শোভযাত্ৰা শিক্ষা মহোৎসৱ ২০২১ উদযাপন

    4
    109

    দীঘলীআটি জাতীয় বিদ্যালয়ৰ উদ্যোগত বাৰেৰহনীয়া সংস্কৃতিক শোভযাত্ৰা শিক্ষা মহোৎসৱ ২০২১ উদযাপন
    দুৰ্নীতিৰ দৰ্পণ সেৱা,ডুমডুমীয়া,৭ মাৰ্চ: শিক্ষা এক অমূল্য সম্পদ’ সুস্থ সবল সমাজ গঠনৰ বাবে শিক্ষা সাৰ্বজনীন কৰক” শীৰ্ষক জনজাগৰেনেৰে যোৱা ৬ মাৰ্চৰ পৰা দীঘলীআটি জাতীয় বিদ্যালয়ৰ উদ্যোগত বৰপাম ৰুস্তুম আলী এম ই মাদ্ৰাছা খেলপথাৰত আৰম্ভ হোৱা শিক্ষা মহোৎসৱৰ আজি(৭মাৰ্চ)পোৱা অভূতপূৰ্ব সঁহাৰিৰে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই । নগাঁও জিলাৰ উত্তৰাঞ্চলৰ সম্পূৰ্ণ সংখ্যলঘু অঞ্চলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই শিক্ষা মহোৎসৱত পাচ সহস্ৰাধিক লোকৰ সমাগমে জ্ঞান পিপাসুৰ সুবাহত জিলা মিলাই উঠা পৰিলক্ষিত হয় । বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰজনজনাই থাকে শিক্ষা মহোৎসৱৰ বাকৰীৰ মণ্ডপ । আজিৰ কার্যসূচীত চি আৰ চি চি ইমৰান হুছেইন,মাহগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী মমৰুজা আফৰুজ,বিশিষ্ট সমাজকর্মী আবুবক্কৰ ছিদ্দিক চেলিম,আশাদুজজামান বুলবুল,সাংবাদিক মুস্তাফা ছেলিম আহাম্মেদ,ইমামুল ইছলাম উপস্থিত থাকে।

    4 COMMENTS

    1. No matter if some one searches for his essential thing, thus he/she
      wants to be available that in detail, therefore that thing is maintained over here.

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here