মিডিয়া ফেলʼশ্বিপ প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ

    0
    82

    মিডিয়া ফেলʼশ্বিপ প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ
    ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , গুৱাহাটী , ৬ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ ১৮ গৰাকী সাংবাদিকক মিডিয়া ফেল’শ্বিপ প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে । ইয়াৰ লগতে উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ২০ গৰাকী সাংবাদিকলৈ প্ৰথমবাৰৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন অনুদান প্ৰদান কৰে । অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা শ্ৰী হৃষীকেশ গোস্বামী ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here