মুখ্যমন্ত্ৰী গৃহ চহৰ ডিব্ৰুগড়ত গৃহৰক্ষী বাহিনী অসহযোগ, প্ৰাপ্য নাপালে বিৰত থাকিব ভোট প্ৰদানৰ পৰা

    0
    44

    মুখ্যমন্ত্ৰী গৃহ চহৰ ডিব্ৰুগড়ত গৃহৰক্ষী বাহিনী অসহযোগ, প্ৰাপ্য নাপালে বিৰত থাকিব ভোট প্ৰদানৰ পৰা
    দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় ১ মাৰ্চ : সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ অসহযোগ আন্দোলন কাৰ্যসূচী।দুদিনীয়া কৈ কৰ্ম বিৰতিৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চহৰত হুংকাৰ আমাক চাকৰি নিয়মীয়া নকৰিলে এইবাৰ আমি নিৰ্বাচনী সময়ত কাম বন্ধ কৰিম । ১৯৪৭ চনৰ গৃহৰক্ষী আইনখন সংসোধন কৰি অসমৰ গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মাকৰণ কৰা,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ অনুসৰি গৃহৰক্ষী জোৱানসকলৰ মাহিলী দৰমহাৰ একৈশ হাজাৰ কৰা , চিকিৎসা ব্যৱস্থা কৰা, মাতৃকালীন ছুটী ব্যৱস্থা কৰা আদিকে ধৰি মুঠ আঠটা দাবী উত্থাপন কৰে । আজিৰে পৰা আৰম্ভ হোৱাৰ এই অসহযোগ আন্দোলন কাৰ্যসূচী দুই মাৰ্চলৈ অব্যাহত থাকিব বুলি জানিব দিছে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাই ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here