মৰিগাঁৱত অজাপৰ বিক্ষোভ প্ৰদৰ্শন , লুৰীণজ্যোতি গগৈ,পুলকেশ বৰুৱাক প্ৰাণঘাতী আক্ৰমণকলৈ মৰিগাঁৱত উত্তাল প্ৰতিবাদ , অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ
ষ্টাফৰিপৰ্টাৰ,মৰিগাঁও ,২ মাৰ্চঃ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা অজাপৰ নেতা পুলকেশ বৰুৱাক বিজেপি কৰ্মীয়ে বৰক্ষেত্ৰী সমষ্টিত কৰা প্ৰাণঘাতী আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি আজি মৰিগাঁও জিলা অসম জাতীয় পৰিষদৰ উদ্যোগত নেতা-কৰ্মী সকলে বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । মৰিগাঁও চহৰৰ বিহুতলিত আজি পুৱা ১০ বজাৰ পৰা ১ বজালৈ অজাপৰ সহস্ৰাধিক দলীয় নেতা- কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল’গানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে । গণতান্ত্ৰিক আৰু সুস্থ নিৰ্বাচন অনুষ্ঠিত কৰা , বিৰোধী দল বিশেষকৈ অজাপৰ নেতা কৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে আক্ৰমণকাৰী বিজেপি কৰ্মী আৰু ষড়যন্ত্ৰকাৰী বিধায়ক নাৰায়ণ ডেকাক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ প্ৰতিবাদকাৰী সকলে দাবী জনায় । মৰিগাঁও সমষ্টিৰ একমাত্ৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী বাণী দাস , অজাপৰ নেতা জয়ন্ত কুমাৰ ডেকা , চিমল দেউৰী , প্ৰাক্তন মন্ত্ৰী তথা শেহতীয়াকৈ অজাপত যোগদান কৰা বুবুল দাস,মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি হিমাংশু মহন্ত , মৰিগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলম প্ৰমুখ্যে নেতৃবৃন্দই বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি প্ৰাণঘাতী আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি ভাষণ প্ৰসংগত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে । ইপিনে,অজাপৰ সহস্ৰাধিক দলীয় নেতা-কৰ্মীয়ে আজি বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত মৰিগাঁও ৰিটাৰ্নিং বিষয়াৰ দ্বাৰা অসমৰ মূখ্য নিৰ্বাচনী বিষয়া লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

15 COMMENTS

  1. [url=https://viagraandcialispills.com/]generic cialis from canada[/url] [url=https://sonopills.com/]zithromax 1500 mg[/url] [url=https://tadalafilchemi.com/]generic cialis india[/url] [url=https://100viagra.com/]sildenafil 10 mg[/url] [url=https://effcialis.com/]cialis online india[/url] [url=https://modafinildrug.com/]how to buy provigil[/url] [url=https://viagrasildenafilcitrate.com/]buy viagra 2013 usa[/url] [url=https://meddshop.com/]buy plaquenil online uk[/url] [url=https://viagraisale.com/]sildenafil 90 mg[/url] [url=https://propeciabaldness.com/]propecia 5mg pills[/url]

  2. [url=https://tadalafilbpak.com/]discount tadalafil 20mg[/url] [url=https://asiviagra.com/]buy viagra in usa[/url] [url=https://buyviagrasildenafilcitrate.com/]viagra pill otc[/url] [url=https://medicationcialis.com/]generic cialis from uk[/url] [url=https://sildenafilftab.com/]sildenafil 100mg sale[/url] [url=https://viagramx.com/]where to order viagra online[/url] [url=https://viagraltb.com/]buy female viagra australia[/url] [url=https://metforminpharm.com/]metformin india pharmacy[/url] [url=https://sildenafiltadalafilpills.com/]viagra generic europe[/url] [url=https://cheapcialistadalafil.com/]cost of 5mg cialis[/url]

  3. [url=https://viagraytab.com/]canada pharmacy viagra[/url] [url=https://opameds.com/]can i order valtrex online[/url] [url=https://cialisblx.com/]buy cialis canada canadian drugstore[/url] [url=https://buygenericviagracialis.com/]buy viagra nyc[/url] [url=https://cialiscr.com/]cialis 75 mg[/url] [url=https://nfcpharmacy.com/]best online foreign pharmacies[/url]

  4. [url=https://viagrafpill.com/]viagra online india price[/url] [url=https://viagratei.com/]cheapest viagra usa[/url] [url=https://tadalafilbuying.com/]cialis tab 10mg[/url] [url=https://cialisleon.com/]cialis generic no prescription[/url]

  5. [url=http://dpviagra.com/]can you buy viagra otc[/url] [url=http://viagrapos.com/]discount viagra uk[/url] [url=http://cialisgmed.com/]generic cialis online paypal[/url] [url=http://cialistwo.com/]generic cialis no prescription[/url] [url=http://tadalafilmstore.com/]tadalafil coupon[/url] [url=http://modafinilpharm.com/]modafinil fast shipping[/url] [url=http://bluepillviagra.com/]viagra caps[/url]

LEAVE A REPLY

Please enter your comment!
Please enter your name here