মৰিগাওঁ জিলাৰ চহৰীয়া গাওঁ জ্ঞানজ্যোতি বিদ্যাপীঠত বিদায় সভা উদযাপন

0
122

মৰিগাওঁ জিলাৰ চহৰীয়া গাওঁ জ্ঞানজ্যোতি বিদ্যাপীঠত বিদায় সভা উদযাপন

দুর্নীতিৰ দৰ্পণ সেৱা , মৈৰাবাৰী , ১৩ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাওঁ জ্ঞানজ্যোতি বিদ্যাপীঠত দশম শ্ৰেণীৰ দিন জুৰা কাৰ্য্যসূচীৰে বিদায় সভা উদযাপন কৰা হয়।চহৰীয়া গাওঁ জ্ঞানজ্যোতি বিদ্যাপীঠৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বিদায় সভাৰ সভাপতিত্ব কৰে বিশিষ্ট শিক্ষক গুলজাৰ হুছেইনে সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰি বিদ্যাপীঠৰ সহ:শিক্ষক আহমদ আলীয়ে । অনুষ্ঠানত মূখ্য অতিথি ৰূপে উপস্থিত থাকে নিৰঞ্জন কুমাৰ বৰুৱা , মিৰ্জা আৰিফ আলম । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্বৰিফ উদ্দিন আহমেদ , আবিদা বেগম, ছাইফদ্দিন আহমেদৰ লগতে সাংবাদিক ইছমাইল হুছেইন । উপস্থিত থকা অথিতি সকলে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি শিক্ষাৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । লগতে ছাত্ৰ ছাত্ৰীক অধিক উৎসাহেৰে আগোৱাই যাৱলৈ আহ্বান জনায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here