শিৱমণি বৰাই মহাজোঁটৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাত উৎফুল্লিত বটদ্ৰৱা সমষ্টিবাসী

    0
    67


    শিৱমণি বৰাই মহাজোঁটৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাত উৎফুল্লিত বটদ্ৰৱা সমষ্টিবাসী
    দুৰ্নীতিৰ দৰ্পণ সেৱা,আবুল হুছেইন,টুকটুকী,৭ মাৰ্চ : কংগ্ৰেছ দলৰ শিৱামণি বৰাক মহাজোঁটৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিছতেই বটদ্ৰৱাৰ বিভিন্ন ঠাইত আতচবাজী ফুটাই হাজাৰ হাজাৰ কৰ্মী সমৰ্থকে প্ৰাৰ্থী গৰাকীক বিশাল ৰেলি কৰি নাচি-বাগি গুণ গাই ঢোলে-ডগৰে আদৰণি জনায় প্ৰাৰ্থী গৰাকীক । উৎফুল্লিত হৈ পৰে দলীয় কৰ্মীৰ লগতে অইন অইন দলৰ কৰ্মীও । আগন্তুক নিৰ্বাচনত শিৱমণিক জয়ী কৰোৱাৰ সংকল্প লয় কৰ্মীৰ লগতে সমৰ্থক সকলে । মুঠতে শিৱমণি বৰাই মহাজোঁটৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাত উৎফুল্লিত বটদ্ৰৱা সমষ্টিবাসী ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here