শিৱসাগৰত পদ্মশ্ৰী ইমৰান শ্বাহক সম্বৰ্ধনা ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ

10
142
শিৱসাগৰত পদ্মশ্ৰী ইমৰান শ্বাহক সম্বৰ্ধনা ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা, অমৃত কুমাৰ শৰ্মাঃঃ–প্ৰতিথযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক এইবাৰ ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰাৰ বাবে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ তথা গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে উৎসাহ আৰু আনন্দ ব্যক্ত কৰে ৷ শিৱসাগৰত অলপতে মন্ত্ৰীগৰাকীয়ে ধাইআলিস্থিত শ্বাহৰ বাসভৱনত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে। সাহিত্যিক ইমৰান শ্বাহক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা বিষয়টো শিৱসাগৰৰ বাবে অতিশয় গৌৰৱ আৰু আনন্দৰ বতৰা বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰাৰ লগতে তেখেতক পদ্মশ্ৰী সন্মানেৰে বিভূষিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰী গৰাকীয়ে লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। ৰাজহ মন্ত্ৰী গৰাকীৰ লগতে শ্বাহৰ ঘৰত উপস্থিত হৈ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, সমাজকৰ্মী ভৱেন মহন আৰু সুৰভি ৰাজকোঁৱৰী, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউতেও তেখেতক সম্বৰ্ধনা জনায়।

10 COMMENTS

  1. We are a gaggle of volunteers and opening a new scheme in our community.
    Your website provided us with valuable info to work on. You have done a formidable job
    and our whole group shall be grateful to you.

  2. Fantastic post however I was wondering if you could write a litte more on this topic?
    I’d be very grateful if you could elaborate a little bit further.
    Cheers!

  3. I don’t even know how I ended up here, but I thought this
    post was great. I don’t know who you are but certainly you are going to a famous blogger if you
    aren’t already 😉 Cheers!

  4. Щетка для мытья окон магнитная купить вологда

    https://www.youtube.com/watch?v=hggIqB-lTsg

    Магнитная щетка для мытья в калининграде окон
    Щетка для мытья стекол окон
    Maxi щетка для мытья окон купить

    Авито щетка для мытья окон
    Щетка для мытья окон ашан
    Мытье окон с двух сторон магнитные щетки

LEAVE A REPLY

Please enter your comment!
Please enter your name here