ৰঙিয়াৰ বালিসত্ৰত মহিলা ভলিবʼল অনুষ্ঠিত

    0
    65

    ৰঙিয়াৰ বালিসত্ৰত মহিলা ভলিবʼল অনুষ্ঠিত
    ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়া,২৬ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বালিসত্ৰত বিষ্ণুপুৰ-বালিসত্ৰ গাওঁ পঞ্চায়তৰ উদ্যোগত এখনি ভলীবল খেল অনুস্থিত কৰা হয় । ৰাজ্যপাল জগদীশ মুখীৰ আহ্বান মৰ্মে মহিলা সবলীকৰণৰ বাবে বিষ্ণুপুৰ-বালিসত্ৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বালিসত্ৰ হাইস্কুল আৰু শিমলুৱা বি ডি এচ এম ই মাদ্ৰাছাত ছাত্ৰীসকলৰ মাজত গাঁও পঞ্চায়ত খনৰ উদ্যোগত ভলীবল খেল খন অনুষ্ঠিত কৰা হয় ৷ উক্ত খেলখন উদ্বোধন কৰে বালিসত্ৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী দিপ্তী দাস আৰু শিক্ষক আব্দুল মতলেবে । খেলখনত উপস্থিত থাকে জয়ন্ত মাধৱ দাস,ওৱাৰ্ড সদস্য ফজল আলি,বৈশিষ্ট কলিতাৰ লগতে ভালে সংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজ ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here