হোজাইত ৫ বছৰীয়া নাবালিকাক ধৰ্ষণ ও হত্যাকাৰীক মৃত্যুদণ্ড

    0
    128

    আফতাৰ চৌধুৰী, ষ্টাফ ৰিপৰ্টাৰ, ১০ ফেব্ৰুৱাৰীঃ  এগৰাকী ৫ বছৰিয়া নাবলিকাক ধৰ্ষন আৰু হত্যাকাণ্ড কৰা অপৰাধী চন্দন হৰিজনক হোজাই আদালতত মাত্ৰ দুমাহৰ ভিতৰতে বিচাৰপ্ৰক্ৰিয়া ৰায়দান কৰি আজি মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হয়। অতি ক্ষিপ্ৰতাৰে এই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাত সকলো দল সংগঠনে সন্তোষ প্ৰকাশ কৰিছে৷ উল্লেখযোগ্য যে এই গোচৰ তৎকালিন বিচাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰতো দলসংগঠনে দাবি জনোৱাত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰাও গোচৰৰ অগ্ৰগতি খতিয়ান লৈছিল। হোজাই আৰক্ষী প্ৰসাশন ,দল সংগঠনৰ সহায় সহযোগক শলাগ লৈছে এই গোচৰৰ চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়াই।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here