২৭ নং বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক শ্ৰী অশোক কুমাৰ সিংঙিৰ ঘৰত ৰাইজৰ ভিৰ

46

২৭ নং বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক শ্ৰী অশোক কুমাৰ সিংঙিৰ ঘৰত ৰাইজৰ ভিৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , বিলাসীপাৰা , ১৬ মাৰ্চঃ বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী শ্ৰী অশোক কুমাৰ সিংঙিৰ ঘৰত আজি ৰাইজৰ ভিৰ পৰিলক্ষিত হয় । বিলাসীপাৰা চহৰখনত পৰম্পৰাগত ভাৱে হিন্দু-মুছলিম ধৰ্মৰ লোকসকলে ইজনে সিজনৰ সহদৰৰ নিচিনা হোৱাত পূৱ আৰু পশ্চিম সমষ্টিৰ কোনো ভেদা-ভেদ নাই। মনকৰিবলগীয়া যে , বিভিন্ন সাংস্কৃতিকৰ আয়োজন কৰাত ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে বুলি কিছুমানে ব্যক্ত কৰে । ৰাইজৰ অভিযোগ মতে , বিজেপি দলৰ বিধায়ক শ্ৰী অশোক কুমাৰ সিংঙিৰ বিৰুদ্ধে বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ লোকে নানা অভিযোগ উত্থাপন কৰা সত্ত্বেও আজি কি কাৰণত ৰাইজে ইমান ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এই লোক কোনে কোন সমষ্টিৰ লোক , সেয়াও এক সঠিক নিৰ্ধাৰণ কৰাত ব্যৰ্থ হৈছে সচেতন মহলে ।