ধুবুৰী জিলাৰ যুৱক এজন নিখোজ

53

ধুবুৰী জিলাৰ যুৱক এজন নিখোজ
মাসিদুৰ ৰহমানৰ প্ৰতিবেদন,বিৰসিং,১৭ মাৰ্চঃ ধুবুৰী জিলাৰ যুৱক এজন প্ৰায় দেৰ বছৰ (১৮ মাহ)ধৰি নিখোজ নাম শাহাদথ হোছেন,বয়স ৩৪,পিতা জহৰ আলী,গাওঁ বিৰসিং ২য় খণ্ড,ডাকঘৰ ফকিৰগঞ্জ,থানা ফকিৰগঞ্জ,জিলা ধুবুৰী(অসম),ডাক সূচকাংক ৭৮৩৩৩০। পৰিয়ালৰ পৰা জানিব পৰা মতে , যুৱক জন প্ৰায় ১০ বছৰ ধৰি মস্তিষ্কৰ বিকৃতিত ভুগি আছে পৰিয়ালৰ লোক দুখীয়া হোৱাৰ বাবে তেওঁক ভাল চিকিৎসা দিব পৰা নাই । মস্তিষ্কৰ সমস্যা যুৱক জন প্ৰায় ১৮ মাহ আগত বাৰিষা কালৰ সময়ত ঘৰৰ পৰা আনুমানিক পুৱা ১০:০০ বজাত ওলাই যায় , তাৰ পিছৰে পৰা যুৱক জনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে । কোনো সদাশয় ব্যক্তিয়ে যুৱক জনক লগ পালে +916000195458 /+919085056529 এই নম্বৰত যোগাযোগ কৰে যেন এয়া পৰিয়ালৰ লোকৰ কাতৰ আহ্বান ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here