মানকাচৰৰ সাহাপাৰাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আৰু মানকাচৰ ট্ৰেড এচোছিয়েশ্যনৰ বৈঠক , ভাৰত-বাংলাদেশৰ মাজত আমদানি-ৰপ্তানি সৰ্ন্দভত আলোচনা
দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ , ১৫ অক্টোবৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ সাহা পাৰা সীমান্ত সুৰক্ষা চকীৰ প্ৰেক্ষাগৃহত আজি ৰাতিপুৱা ১১-৩০ বজাৰ পৰা ১-৩০ বজালৈকে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ডঃ শ্বাহ মহম্মদ তানভিৰ মনছুৰ আৰু মানকাচৰ ট্ৰেড এচোছিয়েশ্যনৰ লগত এখন বৈঠক অনুষ্ঠিত হয় । মানকাচৰ ট্ৰেড এচোছিয়েশ্যনৰ সভাপতি আব্দুল বাচিত আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সহকাৰী উপায়ুক্ত বিভাষ মেধি, উপ আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, 6 বি এন বি এছ এফৰ 2IC প্ৰিয়ৰঞ্জন মগাকে ধৰি ট্ৰেড এচোছিয়েশ্যনৰ মালেমান সদস্য-কৰ্মী উপস্থিত থাকে।সভাখনত ভাৰত-বাংলাদেশৰ মাজত চলি থকা আন্তঃৰাষ্ট্ৰীয় বানিজ্যৰ জৰিয়তে দুয়োখন দেশৰ সামগ্ৰীসমূহ আমদানি আৰু ৰপ্তানি কৰাৰ সন্ধোৰ্ভত আলোচনা কৰা হয় । আনকি , সভাখনত দুয়োখন দেশৰ মাজত মধুৰ সম্পৰ্ক বজাই ৰাখি আন্তঃৰাষ্ট্ৰীয় বানিজ্য চলাই যাবলৈ সকলো ধৰণৰ সমস্যা সমাধান সম্পৰ্কে আলোচনা কৰা হয় । সভাখনত উপ আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, সহকাৰী উপায়ুক্ত বিভাষ মেধিকে ধৰি ভালেমান ব্যাক্তিয়ে আন্তঃৰাষ্ট্ৰীয় বানিজ্য সন্ধোৰ্ভত বহুমুলীয়া ভাষণ প্ৰদান কৰি সকলো প্ৰকাৰৰ দিহা পৰামৰ্শ আগবঢ়া। ইয়াৰোপৰি সভাখনত ভাৰত-বাংলাদেশৰ মাজত আন্তঃৰাষ্ট্ৰীয় বানিজ্যৰ ক্ষেত্ৰত পাৰদৰ্শিতাৰ বাবে জাকিৰ হুছেইন, ৰাজীৱ ইছলাম, আব্দুল বাচিত আহমেদ, নাজিৰ হুচাইনকে ধৰি কেবাগৰাকী ব্যাক্তিক বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ডঃ শ্বাহ মহম্মদ তানভিৰ মনছুৰে ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় । সভাৰ শেষত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ডঃ শ্বাহ মহম্মদ তানভিৰ মনছুৰে এনেদৰে মন্তব্য কৰে ।
discount drug cards that allow cialis
discount drug cards that allow cialis
sophia viagra transparent dress
sophia viagra transparent dress
cialis online from canada
cialis online from canada
is metoprolol safe with viagra
is metoprolol safe with viagra
how long does amoxicillin last
how long does amoxicillin last
azithromycin 600 mg
azithromycin 600 mg
max dose of celebrex per day
max dose of celebrex per day
cephalexin for my dog
cephalexin for my dog
cymbalta wikipedia
cymbalta wikipedia
amoxicillin 500mg capsules dosage
amoxicillin 500mg capsules dosage
zithromax for strep throat
zithromax for strep throat
celebrex and lovenox
celebrex and lovenox
cheap levitra australia
cheap levitra australia
best generic levitra
best generic levitra
buy sildenafil from india
buy sildenafil from india
sildenafil best price uk
sildenafil best price uk