Uncategorized

কাইলৈ অসমত চৰকাৰী বন্ধ ঘোষণা

কাইলৈ অসমত চৰকাৰী বন্ধ ঘোষণা

দুৰ্নীতিৰ দৰ্পণ সেৱা, নিউজ ব্যুৰো, 16 আগষ্ট: বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ কৰি বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ বন্ধ থাকিব সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ লগতে সকলো বিদ্যালয় আৰু মহাবিদ্যালয় ৷ বন্ধ থাকিব সকলো চৰকাৰী আমোদ-প্ৰমোদৰ অনুষ্ঠানো ৷ মেঘালয়তো কাইলৈ চৰকাৰী বন্ধ ঘোষণা কৰিছে চৰকাৰে ।ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী কৰ্মবীৰ, সৎ , নিষ্ঠাবান , চিন্তাশীল অটল বিহাৰী বাজপেয়ীৰ প্ৰতি সন্মান জনাই পালন কৰা হ’ব এই চৰকাৰী বন্ধ ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close