এচ, আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ , আদালতে কৰিছিল পলাতক ঘোষণা

114

এচ, আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ , আদালতে কৰিছিল পলাতক ঘোষণা

দুৰ্নীতিৰ দৰ্পণ,ষ্টাফ ৰিপৰ্টাৰ , ১৩ ছেপ্তেম্বৰঃ ৰাজ্য জোঁকাৰি যোৱা অসম আৰক্ষীৰ এচ আই নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথে অৱশেষত আত্মসমৰ্পণ কৰে । ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত সোমবাৰে আত্মসমৰ্পন কৰে নাথে । উল্লেখ্য যে , আদালতে পলাতক ঘোষণা কৰিছিল নৃপেন নাথক । আত্মসমৰ্পণ কৰাৰ পিছত নাথক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বিশেষ ন্যায়াধীশৰ আদালতে । ইতিমধ্যে এচ আই কেলেংকাৰীৰ সন্দৰ্ভত ৩৮ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।