ঐতিসাহিক শ্বহীদ নগৰী গহপুৰত আৰক্ষী দিৱস উদযাপন

100

ঐতিসাহিক শ্বহীদ নগৰী গহপুৰত আৰক্ষী দিৱস উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা,গহপুৰৰ পৰা ৰাজীৱ বৰুৱাৰ প্ৰতিবেদন, ১ অক্টোবৰঃ আজি ১ অক্টোবৰ অৰ্থাৎ আৰক্ষী দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি ঐতিসাহিক শ্বহীদ নগৰী গহপুৰত গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্টুপীয়াকৈ উদযাপন কৰিছে এই পৱিত্ৰ দিৱসটি । বিশ্বত ক্ৰাসৰ সৃষ্টি কৰা কভিডৰ সকলো নীতি-নিদেশনা পালন কৰি উদযাপন কৰা এই সভাখনত উপস্থিত থাকে গহপুৰৰ বিশিষ্ট সংবাদকমী কৰ্মী আৰু সমাজ কৰ্মী সকলকে প্ৰমুখ্য কৰি নিষ্ঠাবান আৰক্ষী কমকৰ্তা লোক সকল । সকলোৰে সহায়-সহযোগত তথা উপস্থিতিত সুন্দৰকৈ অন্ত পৰে আজি এই পৱিত্ৰ দিনটো সভাখন ।